জেৰেঙাজেৰেপা

জেৰেঙা পথাৰ (Assamese) [ Roman: je.re.nga po.thar]
Contributed by: Partha P Sarmah on 2008-11-23
1. (Proper Noun) a locality of historical importance in the Sibsagar district of Assam. "Joymoti" was punished in this open field. শিৱসাগৰৰ এক অঞ্চল৷ পলাতক গদাধৰৰ পত্নী জয়মতীয়ে তেওঁৰ স্বামীৰ খবৰ নিদিয়াৰ বাবে ইয়াতে লৰা ৰজাৰ চাউদাঙে তেওঁক অতি মাত্ৰা শাস্তি বিহি প্ৰাণদণ্ড দিছিল৷